২০২৩ বৰ্ষৰ পৰা স্মৃতিগ্ৰন্থ কেতেকীৰ (ISBN: 978-93-5891-014-8) ই-সংস্কৰণ আমাৰ ৱেবছাইটত উপলব্ধ হৈছে। উল্লেখ্য যে এই সংখ্যাটো চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দ্বাৰা আয়োজিত সদৌ অসম ভিত্তিক বিহু স্মৰণিকা প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ বিজয়ী স্মৰণিকা হিচাপে বিবেচিত হৈছিল।